দোভাগ ৰাতি......✍ শিৰোমণি বৰুৱা

দোভাগ ৰাতি
তুমিও সাৰে থাকিবা
মইও সাৰে থাকিম
থাকিম আমি দুয়ো
গাঁঠিম সপোনৰ কাৰেং
উজাগৰী ৰাতিবোৰত
আমি আকাশলৈ চাম
হুুমুনিয়াহৰ বুকুৱেদি
উজাই আমাৰ ভালপোৱাৰ
বিচাৰিম মাথোঁ।

ঠিকনাঃ ঢকুৱাখনা, জালভাৰী