কালি নদীখন মৌন আছিল
তথাপি বৈ আছিল নিৰন্তৰ
আজি নদীয়ে কথা ক'ব
প্রেম, ভালপোৱা আৰু বিশ্বাসৰ
আৰু প্ৰতিশ্ৰুতি দিব
আজীৱন বৈ থকাৰ
কুলু কুলু শব্দৰে
মনৰ কথা ক'ব
আজি নদীখন
মৌন নহয়
তথাপি শান্ত৷
দূৰভাষ৬৯০০২২৯৭১৯
তথাপি বৈ আছিল নিৰন্তৰ
আজি নদীয়ে কথা ক'ব
প্রেম, ভালপোৱা আৰু বিশ্বাসৰ
আৰু প্ৰতিশ্ৰুতি দিব
আজীৱন বৈ থকাৰ
কুলু কুলু শব্দৰে
মনৰ কথা ক'ব
আজি নদীখন
মৌন নহয়
তথাপি শান্ত৷
দূৰভাষ৬৯০০২২৯৭১৯







