পৰিৱৰ্তন......✍ হংস নাৰায়ণ ভকত

পৰিৱৰ্তনৰ সেই বতাহ জাক
জানোচা মই ভবা নাছিলো কেতিয়াও
মাথোঁ মনত আছে মোৰ
তোমাৰ সেই প্ৰতিশ্ৰুতিবোৰ
তুমি যে কৈছিলা সপ্তাহত এদিন
আৰু শেষত এই এদিনগৈ হ'ব অৰ্ণৱ
মনত পহে কাৰেণ্ট যোৱাৰ পিছত
লুক- ভাকুৰ কথা
সৰু ডাঙৰ দুটা ওপৰৰ মুদ্ৰাৰ
হাত বুলাই তোমাক মৰম কৰা
যৌনতাৰ পৰশত লালকাল হোৱা
তোমাৰ সেই দেহা মন
এতিয়া যেন এক পৰিৱৰ্তনৰ স্মৃতি ।


গাঁও জিনকাটা
জিলা ধুবুৰী