বলিয়া মহ এটাই মোক
টোপনি যাবলৈ নিদিয়ে ৰাতি ৰাতি...
বাগৰ সলাই মই ইকাতি হওঁ
আকৌ সিকাতি...
বিয়পাই বিনিদ্ৰৰ বীজাণু
সি মোৰ তেজ খাই শুহি শুহি৷
সেইবাবেই মই ফতিকা খাওঁ
মোৰ নিছাত সি টোপনি যোৱাকৈ....
ঠিকনাঃ নগাঁও
টোপনি যাবলৈ নিদিয়ে ৰাতি ৰাতি...
বাগৰ সলাই মই ইকাতি হওঁ
আকৌ সিকাতি...
বিয়পাই বিনিদ্ৰৰ বীজাণু
সি মোৰ তেজ খাই শুহি শুহি৷
সেইবাবেই মই ফতিকা খাওঁ
মোৰ নিছাত সি টোপনি যোৱাকৈ....
ঠিকনাঃ নগাঁও







