বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
দুখ......✍ দৰ্শনা বৰা
অৱশেষত
বিষাদত ভোগা শেৱালিপাহে
পুৱতি নিশা আত্মহত্যা কৰিলে
আৰু
দুখত সেমেকি থকা
দূবৰিজোপাই সকলো দোষ
নীৰৱে গাত পাতি ল'লে ।