ছন্দহীন কবিতা......✍ অমৰ নায়ক

শব্দকোষত
সন্ধান কৰি পোৱা নাই
বিৰহৰ শব্দ,
কাব্যত
গাঁথনি দিব পৰা নায়
মোৰ বিড়ম্বনা
চকুলোৰ মূল্য।
তথাপিও লিখি আছো জানা
বুকুৰ সানিধ্যত
আশাৰ ছন্দহীন কবিতা।