প্ৰেমৰ পোহৰ......✍ সৰ্বানী শইকীয়া

আহা এখন প্ৰেমৰ পোহাৰ মেলো
য'ত নাথাকিব অপৰাধী
শব্দৰ ভিৰ,
তুমি কথা ক'বা মনৰ
প্ৰেম এখন নদীৰ দৰে
নদী নিৰৱধি
নিজৰ ভৰিৰ খোজত মই
পাহৰি পেলাম শব্দ।

ঠিকনাঃ ডিব্ৰুগড়।