লাজুকী লতা......✍ ডেইজী সোণোৱাল

তোমাৰ আলিংগন মোৰ বুকুৱে
নীৰৱে সহিছে স্বপ্ননীল !
সেয়ে মই লাজত মৰহি যোৱা
জীৱিত প্ৰেমিকা৷