বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
সমাধি......✍ হিমাদ্ৰী গোহাঁই বৰুৱা
বুকুত থুপ খাই ৰ'ল
এপাচি অভিমান
থুপ খাই শিল হ'ল
বহুতো কথা
এতিয়া মাথোঁ অন্তহীন অপেক্ষা
সপোনবোৰ সমাধি দিয়াৰ !!
ঠিকনাঃ চাবুৱা