দুখত নিগৰে চকুলো দুধাৰি
হৃদয়ত বাঢ়ি অাহে দুখবোৰ,,,
বুকুত গঢ়ি উঠা সপোনটো
বাৰে বাৰে ছিঙো ছিঙো অৱস্থা।
এয়াই জীৱন ,,,
সুখ দুখৰ সমষ্টিত
সপোনটোৱে প্ৰাণ পাই উঠে
হৃদয়ৰ অচিনা কোণত,,,
হৃদয়ত বাঢ়ি অাহে দুখবোৰ,,,
বুকুত গঢ়ি উঠা সপোনটো
বাৰে বাৰে ছিঙো ছিঙো অৱস্থা।
এয়াই জীৱন ,,,
সুখ দুখৰ সমষ্টিত
সপোনটোৱে প্ৰাণ পাই উঠে
হৃদয়ৰ অচিনা কোণত,,,







