অনুভৱত বাৰিষাৰ আৱেগ
জীপাল কৰি তোলে
বোকা - মাটিৰ সোৱাদে
বুকুত বাৰিষাৰ আৱেগ
দিনবোৰে উম লয়
বিলীন হয় ভালপোৱাৰ সেউজীয়া
বোকা - পানীৰ গোন্ধত
চেকুৰ মেলা মনটোৱে
সপোন ৰঁচে, বাৰিষাৰ পথাৰত৷
ঠিকনাঃ মঙ্গলদৈ, দৰং
দূৰভাষঃ ৮৮৭৬৩০৩৬৪৪
জীপাল কৰি তোলে
বোকা - মাটিৰ সোৱাদে
বুকুত বাৰিষাৰ আৱেগ
দিনবোৰে উম লয়
বিলীন হয় ভালপোৱাৰ সেউজীয়া
বোকা - পানীৰ গোন্ধত
চেকুৰ মেলা মনটোৱে
সপোন ৰঁচে, বাৰিষাৰ পথাৰত৷
ঠিকনাঃ মঙ্গলদৈ, দৰং
দূৰভাষঃ ৮৮৭৬৩০৩৬৪৪







