এন্ধাৰে আৱৰা পৃথিৱীখনত
পলকতে পোহৰ নাহে,
অফুৰন্ত প্ৰাণ দি
গতি সলাই সলাই
পৃথিৱীয়ে পোহৰক হাতবাউলে!
উৱলি পৰা শব্দবোৰত
নিটোল স্বপ্নই
বাঁহ নাসাজে,
জীৱন নামৰ চকা ভঙা ৰথত
ঝাওঁ বন হৈ
গজি উঠে,
সপোনৰ কৰুণ সুৰ ৷
ঠিকনাঃ টিহু, নলবাৰী
পলকতে পোহৰ নাহে,
অফুৰন্ত প্ৰাণ দি
গতি সলাই সলাই
পৃথিৱীয়ে পোহৰক হাতবাউলে!
উৱলি পৰা শব্দবোৰত
নিটোল স্বপ্নই
বাঁহ নাসাজে,
জীৱন নামৰ চকা ভঙা ৰথত
ঝাওঁ বন হৈ
গজি উঠে,
সপোনৰ কৰুণ সুৰ ৷
ঠিকনাঃ টিহু, নলবাৰী







