নিৰুপমা শ্ৰীময়ী মোৰ আই অসমীয়া
তোমাৰ এই মাতৃভূমিত আমি সমনীয়া
তোমাৰ কোলাত জন্মলৈ আমি সুখীয়া ।
নহয় তুমি নিঃসন্তান, শত্ৰুঘ্নৰ আই,
মাতৃভুমিৰ বিনা আমাৰ পৰিচয় নাই ।
দুৰ্নিবাৰৰ মাতৃ তুমি, সহোদৰ আমি,
অলংঘ্য তোমাৰ সন্তান, আশিস দিয়া তুমি।
অকলে অকলে ওলাই আহিম লৈ জ্ঞানৰ জ্যোতি,
নিজ জ্ঞানেৰে অামি দেশত আনিম প্ৰগতি৷
তোমাৰ এই মাতৃভূমিত আমি সমনীয়া
তোমাৰ কোলাত জন্মলৈ আমি সুখীয়া ।
নহয় তুমি নিঃসন্তান, শত্ৰুঘ্নৰ আই,
মাতৃভুমিৰ বিনা আমাৰ পৰিচয় নাই ।
দুৰ্নিবাৰৰ মাতৃ তুমি, সহোদৰ আমি,
অলংঘ্য তোমাৰ সন্তান, আশিস দিয়া তুমি।
অকলে অকলে ওলাই আহিম লৈ জ্ঞানৰ জ্যোতি,
নিজ জ্ঞানেৰে অামি দেশত আনিম প্ৰগতি৷







