সময় ......✍ পৰশমনি মহন্ত

(১)
তুমি গুচি গৈছিলা
ৰামধেনু উন্মোচিতৰ দিশেৰে,
তেতিয়া মই সূৰুজৰ দেশত।

(২)
তুমি উভতি আহিলা
আজি একেটা পথেৰে,
এতিয়া বেলি ডুবো ডুবো।

ঠিকনাঃ তিনিচুকীয়া