প্ৰেমৰ জাহাজ ......✍ ৱাহিদ আহমেদ

তোমাৰ প্ৰেমৰ সাগৰত
মোৰ প্ৰেমৰ জাহাজখন ডুবিল
উদ্ধাৰকাৰী কোনো নাই,
বিষাদেৰে ভৰা মোৰ জীৱন
তুমি দূৰ হৈ গ'লেও একো নাই
পাৰ কৰিব পাৰিম উৰে জীৱন,
শুভেচ্ছা আছে তোমালৈ
তুমি সদায় জিলিকি থাকা
আনক কন্দুৱাই নহয়,
তুমি সুখী হোৱা
আনৰ হিয়া ভাঙি নহয়,
তুমি গোৱা উদ্দীপনাৰ নতুন গান
মৃত্যুৰ পূৰ্বে ৰাখিম
মই দিয়া প্ৰতিশ্ৰুতিৰ বান্ধ৷