প্ৰাৰ্থনা .....✍ লক্ষী প্ৰসাদ ৰেগন

কিমান প্ৰাৰ্থনাৰ প্ৰয়োজন
আত্মাশুদ্ধিৰ বাবে
ঈশ্বৰ এতিয়া নেটৱৰ্ক নথকা জেগাত
সেয়ে প্ৰাৰ্থনা নুশুনে চাগে,
আজি এক বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰিম
যি প্ৰাৰ্থনাই শিলৰ দৰে কঠিন হৃদয়ৰ, মানৱৰ
মনবোৰ জয় কৰিব৷

ঠিকনাঃ মাজুলী
দূৰভাষঃ ৮৪৮৬৭৭৩২০২