মূল কবি - সবিতা ভাৰ্গৱ
অনুবাদ - মঃ পাৰবিজুল হক
ড্ৰামা কৰ্চত এজনী বেশ্যাৰ অভিনয় কৰোঁতে
মঞ্চত মই এফালৰ পৰা গালিবোৰ পাৰিব আৰম্ভ কৰোঁ
সমগ্ৰ পৃথিৱীখন এখন ৰঙ্গমঞ্চ
য'ত পুৰুষৰ কাৰণে ই সাধাৰণ ভাষা
ইয়াকে ক'বলৈ
মহিলাই বেশ্যাৰ অভিনয়ৰ সহায় ল'ব লাগে
ঠিকনাঃ শেৱালি পাৰ, বোকাখাত
অনুবাদ - মঃ পাৰবিজুল হক
ড্ৰামা কৰ্চত এজনী বেশ্যাৰ অভিনয় কৰোঁতে
মঞ্চত মই এফালৰ পৰা গালিবোৰ পাৰিব আৰম্ভ কৰোঁ
সমগ্ৰ পৃথিৱীখন এখন ৰঙ্গমঞ্চ
য'ত পুৰুষৰ কাৰণে ই সাধাৰণ ভাষা
ইয়াকে ক'বলৈ
মহিলাই বেশ্যাৰ অভিনয়ৰ সহায় ল'ব লাগে
ঠিকনাঃ শেৱালি পাৰ, বোকাখাত







