ৰ'দৰ চিঠি ...✍ ৰ'দ ৰাগিনী

স্তব্ধ হৈ ৰ'ল পাৰ্থ, মৌনতাৰ বাদে একোৱেই নাছিল তাৰ ক'বলৈ৷ বিভ্ৰান্ত হৈ ৰোৱা তাৰ হৃদয়খনত হাহাকাৰ সৃষ্টি হৈছিল৷ কি কৈছে এয়া বাইয়ে !! ডাইনীৰ সন্তান সি!!