কবিৰ টুপি ...✍ কেশৱ কুমাৰ শইকীয়া

অমৃতদাৰ ডিব্ৰুগড়  আদালত কেচৰ তাৰিখ থকাত আমাৰ ঘৰত ভেদাই লতাৰ লগত মাগুৰ মাছৰ জোলৰ সৈতে ভাত খোৱা নহ'ল । অমৃতদাক কেনেকৈ নো এগৰাকী মহিলাই কেচ দিলে ভাবিলে আচৰিত লাগে ।