প্ৰেম, ভেলেণ্টাইন ডে' আৰু কিছু কথা

প্ৰেম মানে হৈছে স্বৰ্গীয় অনুভূতি ৷ য'ত নেকি দুখন হৃদয়ৰ মিলন অথবা বিপৰীত লিংগৰে এজনে আনজনৰ প্ৰতি থকা যি মৰম স্নেহ সেয়াই হৈছে প্ৰেম৷ কিন্তু প্ৰেম প্ৰকাশ কৰিব পৰা নাযায়৷