বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
প্ৰেমৰ এটি স্তৱক ...✍ হৃদয় মৃণাল
অংগীকাৰৰ আঙুলিত ধৰি
প্ৰতিশ্ৰুতিৰে মিতিৰালি কৰি
মোৰ বুকুৰ পথাৰখনে বিচাৰিছে
তোমাৰ কোমল দুভৰিৰ পৰশ
য'ত গজিব উশাহৰ নতুন গছ ...
যদিহে তোমাৰ মোৰ ব্যৱধানত
থাকে হাজাৰ অভেদ্য প্ৰাচীৰ
দেহৰ শেষ ৰক্তটোপাল থকালৈকে
তোমাৰ বাবেই যুঁজি যাম।