বিৰক্তি কৰ জীৱনত জীয়াই
থকাৰ তুমিয়েই
একমাত্ৰ উক্তি ...
তোমাৰ মুখত এটি হাঁহিৰ
ৰেঙনিৰ বাবে মই ?
শত অব্দৰ সমাহাৰ বিৰক্তিকৰ
জীৱনত শূন্যতাৰ কোলাহলত
জীয়াই থকাৰ তুমিয়েতো
একমাত্র উক্তি .....
মোৰ উদ্দেশ্য নহয় তোমাক
অন্ধকাৰ কোঠাৰ ভিতৰত
এটা এটা কৈ
তোমাৰ বস্ত্ৰ হৰণ কৰিম
ভুল নুবুজিবা শত অব্দৰ সমাহাৰ
মই দুৰ্যোদ্ধন বা
নহওঁ মই দুঃ শাসন
তোমাৰ শৰীৰৰ গৰম মৰম
মোক নালাগে
একাজলি সঁচা মৰম দিলেই মই সুখী
উদিত ভাস্কৰক সাখী কৰি
তুমি মই লোৱা শপত বোৰ
এবাৰ ৰোমন্থন কৰি চাবাচোন
শত অব্দৰ সমাহাৰ
কিজানি !
বসন্তৰ অপেক্ষাত ৰৈ থকা
কুলি জনীৰ কৰুণ মাত
শুনি পোৱা তাত ?
ঠিকনাঃ দেৰগাঁও
যোগাযোগঃ ৯১০১৪৮৮৭৬৮
থকাৰ তুমিয়েই
একমাত্ৰ উক্তি ...
তোমাৰ মুখত এটি হাঁহিৰ
ৰেঙনিৰ বাবে মই ?
শত অব্দৰ সমাহাৰ বিৰক্তিকৰ
জীৱনত শূন্যতাৰ কোলাহলত
জীয়াই থকাৰ তুমিয়েতো
একমাত্র উক্তি .....
মোৰ উদ্দেশ্য নহয় তোমাক
অন্ধকাৰ কোঠাৰ ভিতৰত
এটা এটা কৈ
তোমাৰ বস্ত্ৰ হৰণ কৰিম
ভুল নুবুজিবা শত অব্দৰ সমাহাৰ
মই দুৰ্যোদ্ধন বা
নহওঁ মই দুঃ শাসন
তোমাৰ শৰীৰৰ গৰম মৰম
মোক নালাগে
একাজলি সঁচা মৰম দিলেই মই সুখী
উদিত ভাস্কৰক সাখী কৰি
তুমি মই লোৱা শপত বোৰ
এবাৰ ৰোমন্থন কৰি চাবাচোন
শত অব্দৰ সমাহাৰ
কিজানি !
বসন্তৰ অপেক্ষাত ৰৈ থকা
কুলি জনীৰ কৰুণ মাত
শুনি পোৱা তাত ?
ঠিকনাঃ দেৰগাঁও
যোগাযোগঃ ৯১০১৪৮৮৭৬৮







