লেগ পিচ
উপকৰণ
মুৰ্গী মাংসৰ ঠেং (ডাঙৰকৈ)
ভিনেগাৰ ১ চামুচ
আদা নহৰু ১ চামুচ
নিমখ আন্দাজমতে
হালধি আন্দাজমতে
মিঠাতেল ৪ চামুচ
জিৰা গুড়ি ১ চামুচ
ধনিয়া গুড়ি ১ চামুচ
চিকেন মছলা ১ চামুচ
জলকীয়া গুড়ি ২ চামুচ
প্ৰস্তুত প্ৰণালীঃ
প্ৰথমতে লেগ পিচত নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি, চিকেন মছলা, ধনিয়া গুড়ি, আদা নহৰুৰ পেষ্ট সকলো সানি ভিনেগাৰ দি দিব। ফ্ৰিজত ২ ঘণ্টা ৰাখিব।
পেন এখনত মিঠাতেল দি লেগ পিচ দুটা দি দিব (জুঁই কমাই ৰাখিব )।
ঢাকনি মাৰি ৩ মিনিট মান থব আৰু ওলোটাই দিব আৰু ঢাকনি মাৰি দিব। ভালকৈ ভজা যোৱাত বন্ধ কৰিব । মই বহুত ভাল পাইছো ।
কুৰকুৰি ভেন্দি
উপকৰণঃ
মিঠাতেল- ৮ চামুচ
ভেন্দি- ১০ টা
বেচন- ২ চামুচ
কৰ্ণফ্লোৰ- ২ চামুচ
আটা- ২ চামুচ
নিমখ হালধি- জোখমতে
গৰম মছলা- ১ চামুচ
জিৰা গুড়ি- ১ চামুচ
জলকীয়াৰ গুড়ি- ১ চামুচ
প্ৰস্তুত প্ৰণালী
এটা ভেন্দি দুফাল কৰি দীঘলকৈ পাতল কৰি কাটি ল'ব। সকলোখিনি কাটি তাত নিমখ, হালধি, বেচন, আটা, কৰ্ণফ্লোৰ, গৰম মছলা, জিৰা গুৰি, জলকীয়া গুৰি, সকলোখিনি ভালকৈ সানি ল'ব ৷
কেৰাহীত তেল দি সেইখিনি দি দিব, জুঁই কমাই দিব । কিছু সময় ভজাৰ পিছত আপোনাৰ কুৰকুৰি ভেন্দি ৰেডি..... খাই চাব চোন বৰ ভাল পাব ।
উপকৰণ
মুৰ্গী মাংসৰ ঠেং (ডাঙৰকৈ)
ভিনেগাৰ ১ চামুচ
আদা নহৰু ১ চামুচ
নিমখ আন্দাজমতে
হালধি আন্দাজমতে
মিঠাতেল ৪ চামুচ
জিৰা গুড়ি ১ চামুচ
ধনিয়া গুড়ি ১ চামুচ
চিকেন মছলা ১ চামুচ
জলকীয়া গুড়ি ২ চামুচ
প্ৰস্তুত প্ৰণালীঃপ্ৰথমতে লেগ পিচত নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি, চিকেন মছলা, ধনিয়া গুড়ি, আদা নহৰুৰ পেষ্ট সকলো সানি ভিনেগাৰ দি দিব। ফ্ৰিজত ২ ঘণ্টা ৰাখিব।
পেন এখনত মিঠাতেল দি লেগ পিচ দুটা দি দিব (জুঁই কমাই ৰাখিব )।
ঢাকনি মাৰি ৩ মিনিট মান থব আৰু ওলোটাই দিব আৰু ঢাকনি মাৰি দিব। ভালকৈ ভজা যোৱাত বন্ধ কৰিব । মই বহুত ভাল পাইছো ।
কুৰকুৰি ভেন্দি
উপকৰণঃমিঠাতেল- ৮ চামুচ