নিতাল পুৱতি নিশা
ক'তো নাই যে ম্ৰানতা,
ভাঁহি আছিল এটি বাঁহীৰ সুৰ..
জীৱন প্ৰথম পুৱাত
কোনোবা দেশৰ পৰা মলয়া বতাহে
আনিছে সুখৰ নিজৰা;
ৰিণিকি- ৰিণিকিকৈ এটি কবিতাই
আহি আছে বুকুত ৰৈ ৰৈ
হঠাত দুখৰ ধুমুহাই মানস পটত
ঢালিছে অসহ্য বিষ;
বিষযে ইমান মধুময়
যেন এটি চাকিৰহে শীহ ৷
ক'তো নাই যে ম্ৰানতা,
ভাঁহি আছিল এটি বাঁহীৰ সুৰ..
জীৱন প্ৰথম পুৱাত
কোনোবা দেশৰ পৰা মলয়া বতাহে
আনিছে সুখৰ নিজৰা;
ৰিণিকি- ৰিণিকিকৈ এটি কবিতাই
আহি আছে বুকুত ৰৈ ৰৈ
হঠাত দুখৰ ধুমুহাই মানস পটত
ঢালিছে অসহ্য বিষ;
বিষযে ইমান মধুময়
যেন এটি চাকিৰহে শীহ ৷







