ফুটপাথৰ প্ৰেমনা (ভাৰ্গৱ ঠাকুৰীয়া)
শব্দ না উচ্চাৰণ
উহ্য থাকে সকলো
উপাদান
মাত্ৰ এটা ৰাস্তা থাকে
ধূলি বালিৰে ভৰা
দামী নহয় এয়া
খুচুৰা
পইচাৰ প্ৰেম
থন থন শব্দ হয়
সুৰৰ মদিৰা বয়
উহ্য থাকে মৰম,
আৰু মৰম দিয়া
জন ৷
নাই যাৰ দাম
এয়া ফুটপাথৰ প্ৰেম
ঘিণ চকুৰে চাই
ধূলিৰ
মাজত
খুচুৰাৰ বিনিময়
বিক্ৰী হয় বাকৰূদ্ধ
ফুটপাথৰ প্ৰেম ৷
দূৰভাষঃ
৯৮৫৯৪১৮৬০১