মাছমৰীয়া (ঋতু অনুৰাগ মাজুলী)


খৰস্ৰোতা তটিনীৰ সৈ'তে
সহবাস তেওঁৰ
পুৱতি নিশা
সপোনবোৰ ফুলি উঠে
ঘাটুৱৈ জালত ৷

দূৰভাষঃ ৭০৮৬৩০৬৫২৯
ঠিকনাঃ পোলোঙানী গাওঁ, মাজুলী