জীৱন পৰিক্ৰমা (পাপৰি বৰা)

একাল দুখ
একাল সুখ
এইয়ে জীৱন
সুখৰ আগমন
দুখৰ পৰিসমাপ্তি
দুখৰ আগমন
সুখৰ কামনা
কিযে আৰু
এটাৰ বিনে
ইটো অসম্পূৰ্ণ ৷

ঠিকনাঃ তিতাবৰ