বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
জীৱন (নৱজ্যোতি কলিতা)
মই উৰিছিলো
তাইৰ বুকুত
জীৱন হৈ
তাইৰ
আৰু
তাই উৰিছিল
মোৰ বুকুত
মৃত্যু হৈ
মোৰ ৷
ঠিকনাঃ ভালুকঘাটা, বকো ৷