ভালপোৱাৰ যন্ত্ৰণা (ৰাজেন দাস)

তোমাক ভালপোৱাই
শিপাইছে
মৰিশালিৰ ঠিকনা
ইখন- সিখন পিঠিয়ে
চোবাইছে
ক্ৰমশঃ মোৰ কণমানি জীও...

ঠিকনাঃ চিলমিল জোনাক
দেৰগাঁও (বেলগুৰি)
দূৰভাষঃ ৭৮৯৬১৭৩১৫৩