মই অসমীয়া
অসমৰ সন্তান মই
মোৰ গাত আছে অসমীয়াৰ তেজ
আজিকালি সকলোৰে বাবে
অসমীয়া, অসম পেলনীয়া নহয় জানো ?
তাৱৈ, আমৈ, মা , দেউতা
সেইবোৰ শব্দ এতিয়া সাধুকথা
কাৰণ আমি এতিয়া আধুনিক
কিন্তু মই !
মই ভালপাওঁ অসমীয়াক,
অসমক
দৰকাৰ হ'লে
মইও দিম এই অসমৰ কাৰণে
মোৰ জীৱন,
মোৰ তেজ
এই অসমীয়াই যদি মান আৰু মোগলক
খেদিব পাৰে
আমি কিয় নোৱাৰিম !
আমিও পাৰিম ৷
অ' আমিও পাৰিম
কাৰণ আমাৰ গাতো আছে
লাচিতৰ তেজ, মুলাগাভৰুৰ তেজ
পাৰিব লাগিব ৷
অ' আমিও পাৰিব লাগিব
দেশৰ বাবে মৃত্যুবৰণ কৰা সকলৰ
তেজৰ মূল্য দিব
পাৰিব লাগিব অবৈধ বাংলাদেশীক খেদিব
হে,
মানৱ সমাজ সকলো ওলাই আহক
সকলো মাৰ বান্ধি থিয় দিও আহক
অবৈধ বাংলাদেশীৰ বিৰূদ্ধে
হে দেশপ্ৰেমিক সকল
তোমালোকে আমাক শক্তি দিয়া
এই কাম কৰিবলৈ ৷
ঠিকনাঃ গোলাঘাট, অসম
অসমৰ সন্তান মই
মোৰ গাত আছে অসমীয়াৰ তেজ
আজিকালি সকলোৰে বাবে
অসমীয়া, অসম পেলনীয়া নহয় জানো ?
তাৱৈ, আমৈ, মা , দেউতা
সেইবোৰ শব্দ এতিয়া সাধুকথা
কাৰণ আমি এতিয়া আধুনিক
কিন্তু মই !
মই ভালপাওঁ অসমীয়াক,
অসমক
দৰকাৰ হ'লে
মইও দিম এই অসমৰ কাৰণে
মোৰ জীৱন,
মোৰ তেজ
এই অসমীয়াই যদি মান আৰু মোগলক
খেদিব পাৰে
আমি কিয় নোৱাৰিম !
আমিও পাৰিম ৷
অ' আমিও পাৰিম
কাৰণ আমাৰ গাতো আছে
লাচিতৰ তেজ, মুলাগাভৰুৰ তেজ
পাৰিব লাগিব ৷
অ' আমিও পাৰিব লাগিব
দেশৰ বাবে মৃত্যুবৰণ কৰা সকলৰ
তেজৰ মূল্য দিব
পাৰিব লাগিব অবৈধ বাংলাদেশীক খেদিব
হে,
মানৱ সমাজ সকলো ওলাই আহক
সকলো মাৰ বান্ধি থিয় দিও আহক
অবৈধ বাংলাদেশীৰ বিৰূদ্ধে
হে দেশপ্ৰেমিক সকল
তোমালোকে আমাক শক্তি দিয়া
এই কাম কৰিবলৈ ৷
ঠিকনাঃ গোলাঘাট, অসম







