ভালপোৱা (শিৰোমণি বৰুৱা)

এদিনাখন আমি বিয়া হ'ম
একে লগে থাকিম
সুখ, দুখ, হাঁহি কান্দোন বেদনা
এই সকলোবোৰ ভগাই ল'ম
আমাৰ এখন সৰু সংসাৰ হ'ব
তাত নাথাকিব কোনো ফেয়াৰ
থাকিবৰ মাথোঁ উমাল বুকুৰ
হেজাৰ কাহিনী
এইবোৰ তোমাৰেই সপোন নাছিল জানো ?
কিন্তু এদিন মোক কৈ দিলা
তোমাৰ লগত মোৰ
কোনো সমন্ধৰ নাই !
কিয় কি কাৰণে ?
আচলতে টকা পইচা নাই যে মোৰ
সেইবাবে চাগে
কৈছিলা তুমি সদায়
ফোন কৰিবলৈ
কিন্তু
মই নিৰূপায়,
নোৱাৰো লোকৰ দৰে আনলিমিতেত
পেক ভোৱাই ক'ল কৰিবলৈ তোমালৈ
এইটোৱে আছিল নেকি মোৰ দোষ?
থিক আছে
সুখেৰে থাকা তুমি
সঁচা মৰম ভালপোৱা
বুজিয়ে নোপোৱা তুমি
কোনো দুৰ্দান্ত প্ৰেমিকে যিদিনা
চিৰাচিৰ কৰিব তোমাৰ হৃদয়
সেইদিনা বুজিবা সঁচা মৰম
ভালপোৱা মানে কি ৷

দূৰভাষঃ ৮১৩৩০৫৯২৭৯
ঠিকনাঃ ঢকুৱাখনা, জালভাৰী, লক্ষীমপূৰ,
পিনঃ ৭৮৭০৫৫