বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
নাৰীৰ সমীপেষু (অৰ্চনা হাজৰিকা)
আৰু এটা কথা
জুইকুৰা মইয়ে জ্বলালো
মই যে নাৰী
অতদিনে আকাশখন মোৰ নহ'ল
এতিয়া অনুনয়ৰ অহমিকাত অসূৰ্য স্পৰ্শাৰ লহমা
বুকুৰ এচুকত তীখাৰ শান
অথচ
জানি লোৱা
মই মইয়েই
অনুষ্টুপীয়া ৷
ঠিকনাঃ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
দূৰভাষঃ ৯৮৫৯১৯২৩০৩