যি বাটেৰে গ'লে পাবা তুমি
হেজাৰ সপোনৰ তুলিকা,
সম্ভাৱনাৰ দিঙৰা,
বিশ্বাসৰ আলিংগন,
মৰমৰ এনাজনী,
এটি দিপ্তীমান ভৱিষ্যৎৰ ৰেঙনী,
স্বাৰ্থহীনতাৰ সুবাস
যান্ত্ৰিকতাহীন ভাষা
সেই বাটেৰে গৈ
বিচাৰি চাবাচোন,
কিজানিবা পাই যাব পাৰা
"মোৰ হৃদয়ৰ ঠিকনা"
ঠিকনাঃ বোৰ্কা (চাংসাৰী)
জিলাঃ কামৰূপ (গ্ৰাম্য)
ডাকঘৰঃ পূৱ- বোৰ্কা
ডাক সূচাংকঃ ৭৮১১০১
হেজাৰ সপোনৰ তুলিকা,
সম্ভাৱনাৰ দিঙৰা,
বিশ্বাসৰ আলিংগন,
মৰমৰ এনাজনী,
এটি দিপ্তীমান ভৱিষ্যৎৰ ৰেঙনী,
স্বাৰ্থহীনতাৰ সুবাস
যান্ত্ৰিকতাহীন ভাষা
সেই বাটেৰে গৈ
বিচাৰি চাবাচোন,
কিজানিবা পাই যাব পাৰা
"মোৰ হৃদয়ৰ ঠিকনা"
ঠিকনাঃ বোৰ্কা (চাংসাৰী)
জিলাঃ কামৰূপ (গ্ৰাম্য)
ডাকঘৰঃ পূৱ- বোৰ্কা
ডাক সূচাংকঃ ৭৮১১০১








