মনৰ সাগৰ সাঁতুৰি-নাদুৰি ...
ওঁঠত বিৰিঙাওঁ এটি মিঠা হাঁহি...
সময় আহে আৰু যায়...
জীৱন মাথোঁ এটি সংগ্ৰাম...
নানান ধুমুহা বতাহৰ ৰৈম্যভূমি...
নীৰৱতাৰ মাজত কোলাহল নামে...
তেজপিয়াৰ দৰে শুহি নিয়ে শৰীৰৰ কেঁচা তেজ...
শিহৰণ জাগে শৰীৰৰ ভাঁজে ভাঁজে....
দূৰভাষঃ ৮৭২৪৮৩৬৭৯৪
ওঁঠত বিৰিঙাওঁ এটি মিঠা হাঁহি...
সময় আহে আৰু যায়...
জীৱন মাথোঁ এটি সংগ্ৰাম...
নানান ধুমুহা বতাহৰ ৰৈম্যভূমি...
নীৰৱতাৰ মাজত কোলাহল নামে...
তেজপিয়াৰ দৰে শুহি নিয়ে শৰীৰৰ কেঁচা তেজ...
শিহৰণ জাগে শৰীৰৰ ভাঁজে ভাঁজে....
দূৰভাষঃ ৮৭২৪৮৩৬৭৯৪







