ইনচান- এ- কামিল (বেদান্ত বিকু)

কলাগুৰু আভাৰেই
অসমীৰ আকাশ
উলাহে নধৰে চোন,
তুলিকাৰ যাদুত,
তাণ্ডৱ নৃত্যত
মৃত্তিকা প্ৰাণ পাই উঠে,
সভাসদ
নটৰাজেও সাৰ পাই উঠে ৷


হালোৱা, হজুৱা
কৃষক, বনুৱা
অ' অসমীয়া ডেকা দল,
অ' লুইতপৰীয়া বেংগ্ৰাফোৰ,
খুলি ৰাখ নিতে মন্দিৰৰ দ্বাৰ
বুকুত ৰাখ সংগ্ৰামৰ সাহ ৷

আহ ঐ আহ !
সূত্ৰধাৰী জনাক সুধো গৈ
এতিয়ানো কিমান ৰাতি,
বিচাৰো গৈ আহ অসম আভাৰ
বিপ্লৱী আত্মাৰ ঘৰ,
বিচাৰো গৈ আহ জ্যোতিৰ দেশত
ইমান- ই- একামিল ৷

দূৰভাষঃ ৯৮৫৯৩২১৯২৪