তুমি বিহীনতাত
অচল মোৰ জীৱন
তৰাফুটীয়া জোনৰ হাঁহিত
আজি মলিনতা
সুখবোৰ কিয় বাৰু
এনেকুৱা হয়
দুখৰ মাজত নিজকে
চেপি- খুন্দি
ভৰাই থয় ।
ঠিকনাঃ অসমীয়া বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয়
দূৰভাঃ ৭০৮৬৩৬২৬৪৭
অচল মোৰ জীৱন
তৰাফুটীয়া জোনৰ হাঁহিত
আজি মলিনতা
সুখবোৰ কিয় বাৰু
এনেকুৱা হয়
দুখৰ মাজত নিজকে
চেপি- খুন্দি
ভৰাই থয় ।
ঠিকনাঃ অসমীয়া বিভাগ,
ডিব্ৰুগড় বিশ্ববিদ্যালয়
দূৰভাঃ ৭০৮৬৩৬২৬৪৭







