শাওণৰ বোকাময় পথাৰত
সেউজৰ দলিচা পাৰিবলৈ
যাৰ জন্ম,
তেওঁলোকক আমনি কৰে
প্ৰতি প্ৰত্যুষৰ হেঙুলী কিৰণে
দুপৰ নিশা সমীৰত পায়
কেঁচা মাটিৰ আপোন আপোন গোন্ধ
শাওণৰ বোকাময় ভূমিত
সোণালী সপোব ৰচিবলৈ যাৰ জন্ম,
ৰ'দে চুব নোৱাৰে তেওঁক
বৰষুণত নিভিজে তেওঁৰ দেহা
তেওঁলোক কৃষক
তেওঁলোকে বুটলিব জানে
বোকাময় পথাৰৰ মুকুতা
পথাৰৰ বকিয়াত পৰে
দুপৰৰ ৰ'দত সৰা শৰীৰৰ ঘাম।
ঠিকনাঃ পোলোঙানী, মাজুলী
দূৰভাষঃ ৭০৮৬৩০৬৫২৯
সেউজৰ দলিচা পাৰিবলৈ
যাৰ জন্ম,
তেওঁলোকক আমনি কৰে
প্ৰতি প্ৰত্যুষৰ হেঙুলী কিৰণে
দুপৰ নিশা সমীৰত পায়
কেঁচা মাটিৰ আপোন আপোন গোন্ধ
শাওণৰ বোকাময় ভূমিত
সোণালী সপোব ৰচিবলৈ যাৰ জন্ম,
ৰ'দে চুব নোৱাৰে তেওঁক
বৰষুণত নিভিজে তেওঁৰ দেহা
তেওঁলোক কৃষক
তেওঁলোকে বুটলিব জানে
বোকাময় পথাৰৰ মুকুতা
পথাৰৰ বকিয়াত পৰে
দুপৰৰ ৰ'দত সৰা শৰীৰৰ ঘাম।
ঠিকনাঃ পোলোঙানী, মাজুলী
দূৰভাষঃ ৭০৮৬৩০৬৫২৯







