নিঠৰুৱা (শিৰোমণি বৰুৱা)

নিঠৰুৱা কৰি
এৰি থৈ গ'লা তুমি
এবাৰো ভাবি নাচালা
কি হ'ব পাৰে মোৰ


কিয় বাৰু গুচি গ'লা
মোক এৰি থৈ,
মইও বুজি নাপালো
কিবা অভিমান নেকি ?


ঠিকনাঃ ঢকুৱাখানা
দূৰভাষঃ ৮১৩৩০৫৯২৭৯
পিন- ৭৮৭০৫৫