বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
পত্নী (সমুজ্জ্বল ডেকা)
কি ৰেখা আঁকিছা তুমি
উকা কপালৰ শিৰত
এনে লাগে যেন ৰং ছটিওৱা
ই এটি চিধা দীঘল বাট;
তোমাৰ হৃদয়ৰ প্ৰেম- ভালপোৱা
য'ত সজীৱ হয়
য'ত ঘৃণা- পাপৰ হয় ক্ৰমশঃ অপচয়
সেই বাটত তোমাৰ আশাৰ সূৰুয
ত্যাগৰ জোনাকত সদায় তিতি ৰয় ৷
দূৰভাষঃ ৯০৮৫০১০২৫৪