প্ৰীতি (শ্যামল পল কৌশিক)


পলে পলে
প্ৰেমৰ পুষ্প পাহি পল্লৱিত,
প্ৰীতিৰ পহৰ পদূলিত পৰি প্ৰফুল্লিত,

প্ৰতেক পলে পলে
প্ৰীতি আভা প্ৰতিফলিত পিৰঠিত,
প্ৰীতিৰে পুষ্প প্ৰস্ফুটিত পুৱতি পৰা প্ৰধোষলে, প্ৰেম প্ৰীতি
স্নিগ্ধা প্ৰতেক পল ।


ঠিকনাঃ যোৰহাট
দূৰভাঃ ৮৪৮৬১৯০৯২২