শাশ্বত (ৰাজেন দাস)


আত্মা
জীৱন শিল্প শিপাৰে
পাহি মেলি
গান গায়
তোমাৰ অথবা মোৰ
প্ৰেমৰ অমৰ সঙ্গীত


ঠিকনাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়
বিভাগ অসমীয়া
স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিক