শেলুৱৈ ধৰা শিল (দিপাংকৰ জ্যোতি বৰা)


নেদেখা সময়
ধূলিয়ৰি ছাঁত ওলমি
এক সপোনৰ আখৰা

বুকুত ভালপোৱাৰ কৃত্ৰিমতা
কণ্ঠত নিগৰি আহে
উদাসীন
উত্তেজনা ৷


ঠিকনাঃ যোৰহাট, তৰাজান ৷
ভ্ৰাম্যভাষ- ৮৪০৩৮৬৫০২৫ ৷