(অপ্ৰাপ্তি)
তোমাক ভালপোৱাৰ ৰে’লগাড়ীখনক
কেতিয়াও হেৰুওৱাৰ কথা নাছিল মই
(বেদনা)
বিষন্নতাবোৰ বুকুত গুজি
আঁতৰি গ’লাগৈ
উকি এটা হৈ
(হতাশা)
মই ৰৈ আছিলোঁ
প্ৰেমহীনতাৰ ষ্টেশ্যন এটাত
য’ত হৃদয়ৰ পৰা হৃদয়লৈ
বহুযোজন বাট ৷
তোমাক ভালপোৱাৰ ৰে’লগাড়ীখনক
কেতিয়াও হেৰুওৱাৰ কথা নাছিল মই
(বেদনা)
বিষন্নতাবোৰ বুকুত গুজি
আঁতৰি গ’লাগৈ
উকি এটা হৈ
(হতাশা)
মই ৰৈ আছিলোঁ
প্ৰেমহীনতাৰ ষ্টেশ্যন এটাত
য’ত হৃদয়ৰ পৰা হৃদয়লৈ
বহুযোজন বাট ৷
ঠিকনাঃ যোৰহাট, বৰুৱা গাঁও ৷







