মৃত্যু (হিতেশ ৰ্বমন)

আজি তুমি মোক আঁতৰি গুচি গ'লা ৷
এদিন মই এই পৃথিৱী এৰি গুচি যাম ।
দুখৰ পাহাৰ বগাই বগাই
অশ্ৰুৰ সাগৰ সাঁতুৰি ......
যিদিনা মৃত্যু মুখত পৰিম
সিদিনা তুমি কান্দিবা ।
পৃথিৱীত মায়া এৰি গুচি যাম ।
মোৰ মৰম ভাল পোৱা
সিদিনাই তুমি সমাপ্ত কৰিবা নেকি ??
মোৰ অকাল মৃত্যুক লৈ
তুমি অকনমান কান্দিবানে ?
নে হাঁহি হাঁহি মোক বিদায় দিবা ?
মোৰ মৃত্যুৰ পিছত মই
আকাশৰ তৰা হৈ
সদায়ে চাই থাকিম ।
মোৰ বাবে তুমি অকনমান
চকুলো টুকিবানে ?


ঠিকনাঃ নলবাৰী (আখৰা)