ফাগুণ অহা বাটে
বসন্তৰ বুলনি,
ঢোল পেঁপাৰ মাতে
ব'হাগীৰ আদৰণি ।
পশ্চিমৰ পচোৱাই
বসন্তৰ ফাকু উৰুৱাই,
সোঁৱৰণীৰ সৰাপাতে
ল'ৰালিৰ স্মৃতি সোঁৱৰাই ।
দূৰ পাহাৰত ফুলিছে
কপৌফুলৰ থোপা,
ন কুঁহিপাতে চাদৰ সলাইছে
উৰিছে কঁহুৱা ফুল ।
ডেকা গাভৰুই টঙালি বান্ধিছে
এপাক নাচিবৰ মন,
ব'হাগ বিহু আহিব ধৰিছে
মনতে আনন্দৰ ৰং।
দূৰভাষঃ ৯৮৫৪২৭৩৮২৯ ৷
বসন্তৰ বুলনি,
ঢোল পেঁপাৰ মাতে
ব'হাগীৰ আদৰণি ।
পশ্চিমৰ পচোৱাই
বসন্তৰ ফাকু উৰুৱাই,
সোঁৱৰণীৰ সৰাপাতে
ল'ৰালিৰ স্মৃতি সোঁৱৰাই ।
দূৰ পাহাৰত ফুলিছে
কপৌফুলৰ থোপা,
ন কুঁহিপাতে চাদৰ সলাইছে
উৰিছে কঁহুৱা ফুল ।
ডেকা গাভৰুই টঙালি বান্ধিছে
এপাক নাচিবৰ মন,
ব'হাগ বিহু আহিব ধৰিছে
মনতে আনন্দৰ ৰং।
দূৰভাষঃ ৯৮৫৪২৭৩৮২৯ ৷







