সৰাপাতৰ প্ৰেম (বিনী গগৈ)

বতাহৰ লিহিৰী আঙুলিৰ স্পৰ্শত
মই তোমাৰ কাষত 
তুমি সাবটি ধৰিলা আলফুলে
বুকুৰ উমেৰে
মই চিৰদিন হ'লো তোমাৰ
মৃত্যুৰ সীমনালৈকে ।