চুমা (অভিজিৎ কোঁৱৰ)

পলাশৰ ৰঙা ৰঙত ৰাঙলী হৈ ফুলি উঠে 
নে
সোণাৰু হালধীয়াত স্নিগ্ধ হৈ পৰে
এই ৰাতিৰ জোনাক

পাহৰিব নোৱাৰি যে

ওঁঠৰ ফাকেৰে সৰকি পৰা
এটি উশাহৰ উত্তাপ ৷