বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
দুটা কবিতা (ভাৰত দাস)
১
ক’ৰবাত জুই জ্বলিছে
জলা ছাইবোৰ
উৰি উৰি আহি
মোৰ মূৰৰ ওপৰত পৰিছে ৷
২
ব’গোৱা বাই বাই
সাঁতুৰি সাঁতুৰি
নাদুৰি নাদুৰি
পাৰ কৰিছো অলেখ সেউজীয়া দিন ৷
ঠিকনাঃ ঘূণা সুঁতি,
দূৰভাষঃ ৯১২৭৩৪৯৬৮০ ৷