অংগৰাগ মহন্ত (কৰিশ্মা দেৱী)

চিৰসেউজ এটি হাঁহিৰ গৰাকী
হৃদয়হীন হৃদয়টো
প্ৰেমৰ ঢৌ তুলিব পৰা সাগৰৰ দৰে মাত,
মোৰ স্বপ্নৰ আকাশত
জোনাক হৈ নামি অহা এটি চন্দ্ৰাৱলী
চুলিত বৰষুণ গানৰ ।

ঠিকনাঃ তেজপুৰ ৷
দৰং কলেজ ৷
দূৰভাষঃ ৯৯৫৪৩৮৩১৬১ ৷