পৃথিৱীৰ ভিতৰত মানুহেই শ্ৰেষ্ঠ
আকৌ মানুহেই দুষ্ট
বাধা ব্যতিক্ৰম ব্যাধি
কৰিলেও কষ্ট
পায় পৃথিৱীত কষ্ট
দুখৰ দিনবোৰ
নাযায় আঁতৰি
সুস্থ শৰীৰ
থাকে শৰীৰ ৰুষ্ট
জীৱন গঠাৰে গঢ়া জীৱন
নকৰে কাকোকে আকৃষ্ট
ৰহস্যময়ী জীৱন
এখিলা সৰাপাত মাথোঁ
মৰহি যায় সময়ে সময়ত
নিজৰ নিজৰ অনুভৱ হোৱা আপোনে
আঘাত দি আঁতৰি যায় গোপনে
জীয়াই থকাৰ মানসিকতা
পলকতে হেৰাই যায়
নিজৰ অজানিতে অজানিতে
আকৌ মানুহেই দুষ্ট
বাধা ব্যতিক্ৰম ব্যাধি
কৰিলেও কষ্ট
পায় পৃথিৱীত কষ্ট
দুখৰ দিনবোৰ
নাযায় আঁতৰি
সুস্থ শৰীৰ
থাকে শৰীৰ ৰুষ্ট
জীৱন গঠাৰে গঢ়া জীৱন
নকৰে কাকোকে আকৃষ্ট
ৰহস্যময়ী জীৱন
এখিলা সৰাপাত মাথোঁ
মৰহি যায় সময়ে সময়ত
নিজৰ নিজৰ অনুভৱ হোৱা আপোনে
আঘাত দি আঁতৰি যায় গোপনে
জীয়াই থকাৰ মানসিকতা
পলকতে হেৰাই যায়
নিজৰ অজানিতে অজানিতে
পৃথিৱীত মানুহেই শ্ৰেষ্ঠ
মানুহেই আকৌ দুষ্ট ।
মানুহেই আকৌ দুষ্ট ।








